Post Tagged with: "Assamese Poetry"

বুকুত এটুকুৰা ঘাঁ

বুকুত এটুকুৰা ঘাঁ

সৰুলৰা ফুকুন    মোৰ বুকুত এটুকুৰা ঘাঁ ৰুলো মাধৈ মালতী গজিল কচু কোৱাভাতুৰী শাওনৰ খেছ দিয়া মাটি দৰাত মানিকী মাধুৰী হাঁহি কাঢ়ি নিলে পিছলাৰ পলসুৱা বানে । পৰযুমা চৰাইজাক উৰি উৰি দিক ভ্ৰান্ত হ’ল। বানে প্ৰাণ কাঢ়ি নিয়া লঠঙা বৃক্ষই নিমন্ত্ৰন নকৰিলে এনেকৈয়ে ঠিক এনেকৈয়ে হেৰাই গ’ল বসন্তৰ পখিলা হেৰাই […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 10:20 pmকবিতা

বিয়াৰ নিশাৰ

বিয়াৰ নিশাৰ

নিভাৰানী চেতিয়া  ফুকন   দুকাষে দুখনি সেউজীয়া সপোনৰ ডেউকা লৈ এখুজি দুখুজিকৈ নিয়ৰ সনা দুৱৰিত পাট মুগাৰ খমখমনি——– শাহুআই আদৰে লখিমী বোৱাৰী জাত জাত উৰুলিক নিস্তব্ধ কৰি এটি ভাৰাক্ৰান্ত হুমুনিয়াহে শয়ন পাটিৰ ৰজনীগন্ধাৰ মাজত বিচাৰিছে সময় স্থবিৰ সময়ৰ সতে খোজ মিলাই খুপি খুপি আহে খুবা খুবি হেৰায় যায় সময় ৰজনীগন্ধাৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:54 amকবিতা

জীৱন পৰিক্ৰমা

জীৱন পৰিক্ৰমা

পবিত্ৰ শইকীয়া   জুইয়ে পোৰে বুলি জানাই আঙুলিটো সুমোৱাই দিলা যে, ভাঁজ যদি দিছা,ঠিকেই কৰিছা, ভাৱৰীয়া সাজজোৰ পুৰি পেলোৱা পুৰণা কামিজটোকে পিন্ধা, পিছে তাকো ফটা। চিলাই চিলাই কিমান পিন্ধিবা, ভুলকেনো আৰু কিমান কৰিবা, কথাবোৰ মিচা,জীৱনটো তিতা আত্মাহে সঁচা।

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:46 amকবিতা

সপোন

সপোন

খালিদা জামন   ৰাতি গভীৰ হ’লেই সপোন এটাই পাখি মেলি দিয়েহি দুচকুত বোবা অথচ ৰাতিটোৰ দৰেই স্তব্ধ এটা সপোন, সপোনটোৰ বুকুত এখন অৰণ্যৰ নিৰ্জনতা সপোনটোৱে ওৰে নিশা মোৰ বুকুত এজোপা গছ হৈ শিপায় গভীৰৰ পৰা গভীৰলৈ…….

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:34 amকবিতা

অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপট

অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপট

চফিকুৰ ৰহমান       (১) মদ,ভাং,ড্ৰাগছ খোৱা অসমতেই বিচাৰি চোৱা! লগাব নালাগে বাজি অসমত আছে হৈ ভৰ্তি                   (২) অসমতেই পোৱা যায় দল -সংগঠন বহুতেই ছাত্ৰই ৰাজনীতি খেলা স্হিতি নাই একোতেই!!                (৩)  নদী ৰোধিবলৈ […]

সম্পূৰ্ণকৈ পঢ়ক ›
1 commentJuly 28, 2013 at 5:31 amকবিতা

হেৰুৱা ফুলৰ সুৱাস

হেৰুৱা ফুলৰ সুৱাস

যামিনী দত্ত   এপাহ গোলাপ  আৰু  তাৰ সুৱাস যদি প্ৰস্ফুতিত হৈ এনিশাৰ বাবে মৰহি যায় চিৰদিনৰ বাবে তেন্তে,সেই গোলাপৰ অস্তিত্ব ক’ত ? হয়তো তুমি নুবুজা কাৰণ তুমি ফুলৰ মৌ চুহা এটা ভোমোৰা।   মৰহা ফুলৰ সুৱাস  কোনে ল,ব মৰহা ফুলক কোনে সজীৱ কৰিব এটি ভোমোৰাই—– নাজানো, মাথো অনুভৱ কৰো সেই […]

সম্পূৰ্ণকৈ পঢ়ক ›
1 commentJuly 28, 2013 at 5:28 amকবিতা