আটকীয়া শব্দ (সম্পাদকীয়)
পংকজ ফুকন ভাষাৰ বিকাশ আৰু বিৱৰ্ত্তনৰ ফলত ইয়াৰ ৰূপ আৰু অৰ্থৰ বিপুল পৰিবৰ্ত্তন , পৰিবৰ্দ্ধন হোৱা দেখা যায়। কিছু কিছু শব্দ এলাগী হয়। কিছু কিছুৱে বুকুত হেপাহৰ ৰঙীণ ৰুমাল বান্ধি গছে গছে বৰণীয়া হয়। কেতিয়াবা এনে হয় কোনো কোনো শব্দ নতুন প্ৰজন্মই চিনাকিয়েই নহয়গৈ। প্ৰসঙ্গক্ৰমে তাৰে কেইটামানৰ নমুনা ডাঙি ধৰিবলৈ […]
সম্পূৰ্ণকৈ পঢ়ক ›
মন্তব্য সমূহ