Post Tagged with: "Abhigyanom"

অনুৰাগ

অনুৰাগ

ৰিকিমনি বৰা   তমসাচন্ন নিশাবোৰ…………. উমাল শেতেলিত অনুৰাগৰ আৱেগ অনুভূতিৰে জীপাল আশাবোৰ, বিচ্ছৃংখল  শব্দৰ টুকুৰা কবিতাৰ পৃষ্ঠাত। জোনাক নাই , নিশা গভীৰ আশা আৰু কল্পনাৰ ঠিকনাত মই, মোৰ যাত্ৰা শূন্যতাৰ পিয়লালৈ।

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:23 amকবিতা

তোমাৰ অপেক্ষাত

তোমাৰ অপেক্ষাত

কাবেৰী মুদৈ আজিও ৰৈ আছো তোমাৰ অপেক্ষাত….. কেতিয়া আহিবা তুমি হিয়াৰ লগৰী হ’বলৈ…. জীৱনে ন -কুঁহিপাত মেলাৰ সময়তে তুমি আহি মোক দেখুৱাইছিলা পৃথিৱীৰ ৰংবোৰ তোমাৰ হাতত হাত থৈ চুব খুজিছিলো আকাশ খেলিছিলো ৰূপোৱালী আকাশৰ জোনাকী তৰাৰ সতে তোমাৰ বুকুত কাণ থৈ শুনিছিলো প্ৰেমৰ গান… উটি গৈছিলো দুয়ো পাহাৰীয়া  ঝৰ্ণাৰ সোঁতত। […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:17 amকবিতা