Post Tagged with: "চুটি গল্প"

চকুৱে কথা কলে শব্দ কিয়নো লাগে

চকুৱে কথা কলে শব্দ কিয়নো লাগে

যামিনী দত্ত চকুযুৰিয়েই হেনো মনৰ দাপোন। ভাবিলে আচৰিত যেন লাগিলেও এই এহালি চকুতেই যে সন্নিবিষ্ট থাকে শত সহস্ত্ৰ অব্যক্ত ভাষাৰ টোপোলা। কোনোজনে প্ৰতিখোজতেই,প্ৰতিটো পলতে যদি  কঢ়িয়াই ফুৰে প্ৰাপ্তিৰ চিকমিকনি তেনেহলে আন কোনোবাজনৰ নিৰুদ্বেগ শেতা দুচকুত ব্যক্ত হয় হৃদয়ত উমি উমি জ্বলি থকা অব্যক্ত ভাষাৰ সম্ভাৰ আৰু কৰোবাৰ কাজলসনা দুচকুৰ এটি […]

সম্পূৰ্ণকৈ পঢ়ক ›

প্ৰেম এনেকৈয়ে (২)

প্ৰেম এনেকৈয়ে (২)

বিপুল দলে (যোৱা সংখ্যাৰ পিছৰ পৰা)  ৰাহুলে চকী এখন লৈ বাহিৰতে মন মাৰি বহি আছে। সি ভাবিলে এতিয়া কি কৰো। এতিয়া মই  সংসাৰ পতাৰ কথাই ভাবিব লাগিব। মই এতিয়া তৰালীকে দেখোন নিজৰ কৰি লব পাৰিম। মই তাইক বিয়াৰ কৰালেয়ো মোৰ একো পাপ নহ’ব।তৰালীক সেই কথাতো ক’লে। তাই মোক কি ক’ব। […]

সম্পূৰ্ণকৈ পঢ়ক ›

দেৱা নঃ জানন্তি

দেৱা নঃ জানন্তি

( এক মিনিটৰ গল্প ) জীৱন গগৈ সম্পূৰ্ণ দুটা বছৰৰ গবেষণাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় পৰা মোক ডক্টৰেট ডিগ্ৰী প্ৰদান  কৰা হৈছে। মনটোত এক অনামী অনুভূতিৰে ভৰি উঠিছে। দীৰ্ঘদিনীয়া সাধনাৰে লাভ কৰা ডক্টৰেট ডিগ্ৰীটোৰ বাবে নহয় আচলতে ই আছিল মোৰএক স্বপ্ন জীৱনটোক লৈ।এয়া আজি তাৰ সফল ৰূপ। লীনাৰো কামনা আছিল মই […]

সম্পূৰ্ণকৈ পঢ়ক ›

বেদনাৰ এটি নাম অশ্ৰু

বেদনাৰ এটি নাম অশ্ৰু

 বন্তি শইকীয়া চেতিয়া মৰমৰ নীতা এতিয়া মাজনিশা বাহিৰত অজান কীট্- পটংগৰ আৰ্তচিৎকাৰ। হয়তো আৰু কেইমূহুৰ্তমানৰ পাছতে মোৰ কুৰি বসন্তৰ আনন্দোৎসৱে গৰকি যাব মোৰ সত্বাক। তুমি হয়তো এতিয়া প্ৰত্যাশীতজনৰ স্বপ্নত। মই বহুদিনেই হ’ল মোৰ প্ৰতিবেশী স্বপ্নৰ কোমল দলিচাৰ লগত সহবাস নকৰা। যিদিনা অপত্যাক্ষিতভাৱে তোমাৰ খবৰটো পাওঁ  সেইদিনাৰ পৰাই মই বিভীষিকাময় নিশাবোৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›

বন্ধন

বন্ধন

ঘন বৰুৱা একেৰাহে বহুত সময় ধৰি গুৰুত্বপূৰ্ণ ফাইল এটাৰ ওপৰত চকু ফুৰাই থাকি অৱশ লগাৰ কাৰণে সমুখৰ খোলা খিৰিকীখনৰেদি এনেয়ে এবাৰ বাহিৰলৈ চাই পঠিয়ালে কৰুণা মজুমদাৰে। মূৰৰ পিছফালে হাত দুখন মুঠি মাৰি ধৰি বহিয়েই এঙামুৰি এটা দি শৰীৰৰ জঠৰতা আঁতৰাবলৈ চেষ্টা কৰিলে। ডিঙিটো বাওঁপিনে সোঁপিনে দুই তিনিবাৰ মান ঘূৰাই কট্ […]

সম্পূৰ্ণকৈ পঢ়ক ›

প্ৰেম এনেকৈয়ে (১)

প্ৰেম এনেকৈয়ে (১)

বিপুল দলে  (মিচিং পটভূমিত ৰচিত গল্প) মানুহৰ সকলো আশা  কেতিয়াও পূৰ্ণ নহয়। নাৰায়ণ এজন সহজ সৰল মানুহ, তেওঁ মৌজাদাৰ। তেওঁ বহুত ঠাইত পূজা-পাতল কৰিছিল এটা সন্তানৰ বাবে । কিন্তু বিধাতাই নিদিলে তেওঁৰ মনৰ বাঞ্চিত ফল। মৌজাদাৰৰ ছোৱালী আছিল পাঁচজনী। তাৰে এজনীক নাৰায়ণ মৌজাদাৰে তেখেতৰ বন্ধু এজনৰ লগত সালসলনি কৰিছিল। তেখেতৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 6:12 amচুটি গল্প