Post Tagged with: "ই-আলোচনী"

প্ৰেম এনেকৈয়ে (২)

প্ৰেম এনেকৈয়ে (২)

বিপুল দলে (যোৱা সংখ্যাৰ পিছৰ পৰা)  ৰাহুলে চকী এখন লৈ বাহিৰতে মন মাৰি বহি আছে। সি ভাবিলে এতিয়া কি কৰো। এতিয়া মই  সংসাৰ পতাৰ কথাই ভাবিব লাগিব। মই এতিয়া তৰালীকে দেখোন নিজৰ কৰি লব পাৰিম। মই তাইক বিয়াৰ কৰালেয়ো মোৰ একো পাপ নহ’ব।তৰালীক সেই কথাতো ক’লে। তাই মোক কি ক’ব। […]

সম্পূৰ্ণকৈ পঢ়ক ›

ৰ’দে পোৰাৰ যতন

ৰ’দে পোৰাৰ যতন

মিনাক্ষী নাথ পেগু এই উৎকট গৰমত বহুতৰে গাৰ আৰু মুখৰ ছাল পুৰি মটীয়া হৈ পৰে । বহুতৰে হয়তো চুলি সৰিছে কোচাই কোচাই ! অলপমান সচেতন হ’লেই ল’লেই আমি এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো। ৰ’দে পোৰাৰ পৰা বাচি থাকিবলৈ হ’লে বাহিৰলৈ ওলোৱাৰ আগত মুখ, হাত, ভৰি যিমান পাৰি ঢাকি […]

সম্পূৰ্ণকৈ পঢ়ক ›

দেৱা নঃ জানন্তি

দেৱা নঃ জানন্তি

( এক মিনিটৰ গল্প ) জীৱন গগৈ সম্পূৰ্ণ দুটা বছৰৰ গবেষণাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় পৰা মোক ডক্টৰেট ডিগ্ৰী প্ৰদান  কৰা হৈছে। মনটোত এক অনামী অনুভূতিৰে ভৰি উঠিছে। দীৰ্ঘদিনীয়া সাধনাৰে লাভ কৰা ডক্টৰেট ডিগ্ৰীটোৰ বাবে নহয় আচলতে ই আছিল মোৰএক স্বপ্ন জীৱনটোক লৈ।এয়া আজি তাৰ সফল ৰূপ। লীনাৰো কামনা আছিল মই […]

সম্পূৰ্ণকৈ পঢ়ক ›

দন্তক্ষয়

দন্তক্ষয়

ডo দিব্যজ্যোতি পাঠক দন্তক্ষয় বা ইংৰাজীত Dental Caries এবিধ বীজাণুকৃত ৰোগ।এই  ৰোগত দাঁতত থকা খনিজাত (Inorganic) দ্ৰৱ্যৰ গঠনবোৰ ভাঙি যায় আৰু জৈৱিক(organic) দ্ৰব্যৰ নাশ হয়।আমাৰ সমাজত ইয়াক দাঁত পোকে খোৱা ৰোগ নামে  জনাজাত। মানুহৰ দাঁত তিনি ধৰণৰ কঠিন কোষেৰে গঠিত। এনামেল (Enamel), ডেন্টিন (Dentin) আৰু চিমেন্টাম (Cementum)।এই কঠিন কোষৰ আৱৰণৰ ভিতৰত […]

সম্পূৰ্ণকৈ পঢ়ক ›

বেদনাৰ এটি নাম অশ্ৰু

বেদনাৰ এটি নাম অশ্ৰু

 বন্তি শইকীয়া চেতিয়া মৰমৰ নীতা এতিয়া মাজনিশা বাহিৰত অজান কীট্- পটংগৰ আৰ্তচিৎকাৰ। হয়তো আৰু কেইমূহুৰ্তমানৰ পাছতে মোৰ কুৰি বসন্তৰ আনন্দোৎসৱে গৰকি যাব মোৰ সত্বাক। তুমি হয়তো এতিয়া প্ৰত্যাশীতজনৰ স্বপ্নত। মই বহুদিনেই হ’ল মোৰ প্ৰতিবেশী স্বপ্নৰ কোমল দলিচাৰ লগত সহবাস নকৰা। যিদিনা অপত্যাক্ষিতভাৱে তোমাৰ খবৰটো পাওঁ  সেইদিনাৰ পৰাই মই বিভীষিকাময় নিশাবোৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›

ৰুদ্ৰসিংহ ,ৰাজেশ্বৰ সিংহৰ কীৰ্তীচিহ্ন মাঘনোৱা দৌলৰ কিছু কথা

ৰুদ্ৰসিংহ ,ৰাজেশ্বৰ সিংহৰ কীৰ্তীচিহ্ন মাঘনোৱা দৌলৰ কিছু কথা

নিৰুপমা বৰা ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ “অসম বুৰঞ্জীৰ”  এক সোণালী অধ্যায়। আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত নিৰ্মাণ কৰা  গৌৰৱোৰ্জ্জ্বল ভীৰ্তিচিহ্ন বৰ্তমানেও  অসমৰ নজহা নপমা সম্পদ হৈ ধ্বজা বহন কৰি আহিছে। ইয়াৰে এক ঐতিহাসিক ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আটাইতকৈ দীঘল নৈ পিছলাৰ পাৰত নাৰায়ণপুৰৰ সমিপৱৰ্তী  ৰঙতি গাঁও পঞ্চায়তৰ অৰ্ন্তগত মাঘনোৱা গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ […]

সম্পূৰ্ণকৈ পঢ়ক ›