Post Tagged with: "আগাষ্ট ২০১৩: কবিতা"

মই তোৰ পদুলিলৈ উজাইছো

মই তোৰ পদুলিলৈ উজাইছো

নিলিমা খাতুন একাকাৰ কৰি আহাৰ-শাওঁন দুচকৰ বৰষুণত তিতিছে বুকুৰ পথাৰত নমাই দুখৰ কজলা আকাশ মই তোৰ পদুলিলৈ উজাইছো   জিলমিল জোনাকৰ ভালপোৱা গীতৰ বুকুত ঠিকনা হেৰুৱাই তই নিবিচাৰিবি ঠিকনা আনৰ এতিয়াযে তোৰ কপাঁহী দেহত ফিৰিঙতিৰ উছৱ   এদিন গছকিলো তোৰ ওঠৰ পদুলি দুপৰীয়াটোৰ স’তে নিৰ্জণতা কুৰুকি –কুৰুকি বুকুৰ পদুলিত আদৰণি […]

সম্পূৰ্ণকৈ পঢ়ক ›