Post Tagged with: "অসমীয়া চুটি গল্প"

চকুৱে কথা কলে শব্দ কিয়নো লাগে

চকুৱে কথা কলে শব্দ কিয়নো লাগে

যামিনী দত্ত চকুযুৰিয়েই হেনো মনৰ দাপোন। ভাবিলে আচৰিত যেন লাগিলেও এই এহালি চকুতেই যে সন্নিবিষ্ট থাকে শত সহস্ত্ৰ অব্যক্ত ভাষাৰ টোপোলা। কোনোজনে প্ৰতিখোজতেই,প্ৰতিটো পলতে যদি  কঢ়িয়াই ফুৰে প্ৰাপ্তিৰ চিকমিকনি তেনেহলে আন কোনোবাজনৰ নিৰুদ্বেগ শেতা দুচকুত ব্যক্ত হয় হৃদয়ত উমি উমি জ্বলি থকা অব্যক্ত ভাষাৰ সম্ভাৰ আৰু কৰোবাৰ কাজলসনা দুচকুৰ এটি […]

সম্পূৰ্ণকৈ পঢ়ক ›

প্ৰেম এনেকৈয়ে (২)

প্ৰেম এনেকৈয়ে (২)

বিপুল দলে (যোৱা সংখ্যাৰ পিছৰ পৰা)  ৰাহুলে চকী এখন লৈ বাহিৰতে মন মাৰি বহি আছে। সি ভাবিলে এতিয়া কি কৰো। এতিয়া মই  সংসাৰ পতাৰ কথাই ভাবিব লাগিব। মই এতিয়া তৰালীকে দেখোন নিজৰ কৰি লব পাৰিম। মই তাইক বিয়াৰ কৰালেয়ো মোৰ একো পাপ নহ’ব।তৰালীক সেই কথাতো ক’লে। তাই মোক কি ক’ব। […]

সম্পূৰ্ণকৈ পঢ়ক ›

দেৱা নঃ জানন্তি

দেৱা নঃ জানন্তি

( এক মিনিটৰ গল্প ) জীৱন গগৈ সম্পূৰ্ণ দুটা বছৰৰ গবেষণাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় পৰা মোক ডক্টৰেট ডিগ্ৰী প্ৰদান  কৰা হৈছে। মনটোত এক অনামী অনুভূতিৰে ভৰি উঠিছে। দীৰ্ঘদিনীয়া সাধনাৰে লাভ কৰা ডক্টৰেট ডিগ্ৰীটোৰ বাবে নহয় আচলতে ই আছিল মোৰএক স্বপ্ন জীৱনটোক লৈ।এয়া আজি তাৰ সফল ৰূপ। লীনাৰো কামনা আছিল মই […]

সম্পূৰ্ণকৈ পঢ়ক ›

বেদনাৰ এটি নাম অশ্ৰু

বেদনাৰ এটি নাম অশ্ৰু

 বন্তি শইকীয়া চেতিয়া মৰমৰ নীতা এতিয়া মাজনিশা বাহিৰত অজান কীট্- পটংগৰ আৰ্তচিৎকাৰ। হয়তো আৰু কেইমূহুৰ্তমানৰ পাছতে মোৰ কুৰি বসন্তৰ আনন্দোৎসৱে গৰকি যাব মোৰ সত্বাক। তুমি হয়তো এতিয়া প্ৰত্যাশীতজনৰ স্বপ্নত। মই বহুদিনেই হ’ল মোৰ প্ৰতিবেশী স্বপ্নৰ কোমল দলিচাৰ লগত সহবাস নকৰা। যিদিনা অপত্যাক্ষিতভাৱে তোমাৰ খবৰটো পাওঁ  সেইদিনাৰ পৰাই মই বিভীষিকাময় নিশাবোৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›

আপং

আপং

সত্যজ্যোতি কুম্বাং তই আকৃতিবিহীন ৰাংঢালী প্ৰেয়সী হৈ চাংঘৰত সিঁচি দিয় আনন্দৰ বীজ বৰণ তোৰ কলা কিম্বা বগা ধানখেৰৰ ছাইৰ সতে ৰন্ধা চাউল অঃপৱ মিহলাই দিলেই যৌৱনা ৰমণী হৈ;  কলীয়া কলহত আৱদ্ধহৈ ৰাঃ পতী ছালত উঠি বহি থাক পুঠ হোৱাৰ দিন গণি ওৰেদিন পথাৰত শ্ৰম কৰি ভাৰৰুৱা দেহলৈ যেতিয়া ঘৰলৈ ওভতো […]

সম্পূৰ্ণকৈ পঢ়ক ›

প্ৰত্যাশা

প্ৰত্যাশা

আনন্দ চন্দ্ৰ বৰুৱা পুণ্ডৰীকাক্ষ দুচকু তোমাৰ পূস্পোদ্যান তোমালৈ বনাম প্ৰত্যাশা থাকিলে তোমাৰ প্ৰত্যুক্তি দিবানে মোক প্ৰভা কোৱানা মোক প্ৰযন্ত কৰিছো  মই প্ৰলোভ তোমালৈ মোৰ প্ৰস্ফুটিত গোলাপ তুমি প্ৰাতঃ স্মৰণ কৰি প্ৰাপ্তি লভিম নে মই কাল আউসীৰ আন্ধাৰ ৰাত্ৰিৰ ভয় ভয় লগা সময়বোৰ নাযায় নুপুৱাই ….। (প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱা পেচাত […]

সম্পূৰ্ণকৈ পঢ়ক ›