এই সংখ্যাৰ অভিজ্ঞানত

সপোন

সপোন

খালিদা জামন   ৰাতি গভীৰ হ’লেই সপোন এটাই পাখি মেলি দিয়েহি দুচকুত বোবা অথচ ৰাতিটোৰ দৰেই স্তব্ধ এটা সপোন, সপোনটোৰ বুকুত এখন অৰণ্যৰ নিৰ্জনতা সপোনটোৱে ওৰে নিশা মোৰ বুকুত এজোপা গছ হৈ শিপায় গভীৰৰ পৰা গভীৰলৈ…….

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:34 amকবিতা

অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপট

অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপট

চফিকুৰ ৰহমান       (১) মদ,ভাং,ড্ৰাগছ খোৱা অসমতেই বিচাৰি চোৱা! লগাব নালাগে বাজি অসমত আছে হৈ ভৰ্তি                   (২) অসমতেই পোৱা যায় দল -সংগঠন বহুতেই ছাত্ৰই ৰাজনীতি খেলা স্হিতি নাই একোতেই!!                (৩)  নদী ৰোধিবলৈ […]

সম্পূৰ্ণকৈ পঢ়ক ›
1 commentJuly 28, 2013 at 5:31 amকবিতা

হেৰুৱা ফুলৰ সুৱাস

হেৰুৱা ফুলৰ সুৱাস

যামিনী দত্ত   এপাহ গোলাপ  আৰু  তাৰ সুৱাস যদি প্ৰস্ফুতিত হৈ এনিশাৰ বাবে মৰহি যায় চিৰদিনৰ বাবে তেন্তে,সেই গোলাপৰ অস্তিত্ব ক’ত ? হয়তো তুমি নুবুজা কাৰণ তুমি ফুলৰ মৌ চুহা এটা ভোমোৰা।   মৰহা ফুলৰ সুৱাস  কোনে ল,ব মৰহা ফুলক কোনে সজীৱ কৰিব এটি ভোমোৰাই—– নাজানো, মাথো অনুভৱ কৰো সেই […]

সম্পূৰ্ণকৈ পঢ়ক ›
1 commentJuly 28, 2013 at 5:28 amকবিতা

অনুৰাগ

অনুৰাগ

ৰিকিমনি বৰা   তমসাচন্ন নিশাবোৰ…………. উমাল শেতেলিত অনুৰাগৰ আৱেগ অনুভূতিৰে জীপাল আশাবোৰ, বিচ্ছৃংখল  শব্দৰ টুকুৰা কবিতাৰ পৃষ্ঠাত। জোনাক নাই , নিশা গভীৰ আশা আৰু কল্পনাৰ ঠিকনাত মই, মোৰ যাত্ৰা শূন্যতাৰ পিয়লালৈ।

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:23 amকবিতা

তোমাৰ অপেক্ষাত

তোমাৰ অপেক্ষাত

কাবেৰী মুদৈ আজিও ৰৈ আছো তোমাৰ অপেক্ষাত….. কেতিয়া আহিবা তুমি হিয়াৰ লগৰী হ’বলৈ…. জীৱনে ন -কুঁহিপাত মেলাৰ সময়তে তুমি আহি মোক দেখুৱাইছিলা পৃথিৱীৰ ৰংবোৰ তোমাৰ হাতত হাত থৈ চুব খুজিছিলো আকাশ খেলিছিলো ৰূপোৱালী আকাশৰ জোনাকী তৰাৰ সতে তোমাৰ বুকুত কাণ থৈ শুনিছিলো প্ৰেমৰ গান… উটি গৈছিলো দুয়ো পাহাৰীয়া  ঝৰ্ণাৰ সোঁতত। […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:17 amকবিতা