এই সংখ্যাৰ অভিজ্ঞানত

সম্পাদকীয় (জুলাই ২০১৩)

সম্পাদকীয় (জুলাই ২০১৩)

পংকজ ফুকন মকৰাৰ মুখৰ পৰা ওলোৱা বিশেষ আঠা জাতীয় এবিধ সুতাৰ দ্বাৰা প্ৰস্তত কৰি উলিওৱা এটা ঘৰ যাক কোৱা হয় জাল(WEB)।প্ৰতিডাল সূতাৰে ইডালৰ লগত সিডালৰ থাকে এক সু আৰু দৃঢ় সম্পক। বৰ্ত্তমান পৃথিবীখনো হৈ পৰিছে এখন জাল।খবৰৰ জাল।খবৰ-সংবাদ-জানিবৰ বাবে থকা জিজ্ঞাসা মানুহৰ আদিম প্ৰবৃত্তি।ঘৰতে বহি মানুহে জানিব বিচাৰে আমেৰিকাৰ সদনত […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 6:16 amসম্পাদকীয়

প্ৰেম এনেকৈয়ে (১)

প্ৰেম এনেকৈয়ে (১)

বিপুল দলে  (মিচিং পটভূমিত ৰচিত গল্প) মানুহৰ সকলো আশা  কেতিয়াও পূৰ্ণ নহয়। নাৰায়ণ এজন সহজ সৰল মানুহ, তেওঁ মৌজাদাৰ। তেওঁ বহুত ঠাইত পূজা-পাতল কৰিছিল এটা সন্তানৰ বাবে । কিন্তু বিধাতাই নিদিলে তেওঁৰ মনৰ বাঞ্চিত ফল। মৌজাদাৰৰ ছোৱালী আছিল পাঁচজনী। তাৰে এজনীক নাৰায়ণ মৌজাদাৰে তেখেতৰ বন্ধু এজনৰ লগত সালসলনি কৰিছিল। তেখেতৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 6:12 amচুটি গল্প

সন্ধিক্ষনৰ পাণ্ডুলিপি

সন্ধিক্ষনৰ পাণ্ডুলিপি

কুমুদ বৰুৱা   সাম্প্ৰতিক সময়ত অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে সংস্থা সংগঠনৰ সমস্যা । প্ৰতিবাদ, ধৰ্ণা, অধিৱেশন আদিৰ নামত বছৰজুৰি কোটি কোটি টকা সংগ্ৰহ কৰা হয় ৷ অন্যবিলাক বাদেই দিলো , বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকীক লৈও যে এচামে ধন ঘটিবলৈ  ল’লে তাতেহে বেচি দুখ পালো ৷ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 6:03 amচুটি গল্প

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

ডা০ দিব্যজ্যোতি পাঠক দৈনিক ৰোগী নাইবা তেওঁলোকৰ লগত অহা লোকৰ সৈতে ভাব বিনিময় কৰোতে কিছুমান দাঁত সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাৰ বিষয়ে জনা হৈছো । এনে ধৰণৰ ধাৰণা আমাৰ সমাজৰ প্ৰতি অন্তৰায় স্বৰূপ । ধানটোৰ প্ৰতি কনটোৰ দৰে সকলো মানুহৰ মনটো বিশ্লেষণ কৰি চোৱাতো সম্ভৱ নহয়!তথাপি সম্যক জ্ঞানেৰে ঢুকি পোৱা এমুঠি দাঁত […]

সম্পূৰ্ণকৈ পঢ়ক ›

বিয়াৰ নিশাৰ

বিয়াৰ নিশাৰ

নিভাৰানী চেতিয়া  ফুকন   দুকাষে দুখনি সেউজীয়া সপোনৰ ডেউকা লৈ এখুজি দুখুজিকৈ নিয়ৰ সনা দুৱৰিত পাট মুগাৰ খমখমনি——– শাহুআই আদৰে লখিমী বোৱাৰী জাত জাত উৰুলিক নিস্তব্ধ কৰি এটি ভাৰাক্ৰান্ত হুমুনিয়াহে শয়ন পাটিৰ ৰজনীগন্ধাৰ মাজত বিচাৰিছে সময় স্থবিৰ সময়ৰ সতে খোজ মিলাই খুপি খুপি আহে খুবা খুবি হেৰায় যায় সময় ৰজনীগন্ধাৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:54 amকবিতা

জীৱন পৰিক্ৰমা

জীৱন পৰিক্ৰমা

পবিত্ৰ শইকীয়া   জুইয়ে পোৰে বুলি জানাই আঙুলিটো সুমোৱাই দিলা যে, ভাঁজ যদি দিছা,ঠিকেই কৰিছা, ভাৱৰীয়া সাজজোৰ পুৰি পেলোৱা পুৰণা কামিজটোকে পিন্ধা, পিছে তাকো ফটা। চিলাই চিলাই কিমান পিন্ধিবা, ভুলকেনো আৰু কিমান কৰিবা, কথাবোৰ মিচা,জীৱনটো তিতা আত্মাহে সঁচা।

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 5:46 amকবিতা