এই সংখ্যাৰ অভিজ্ঞানত

মই তোৰ পদুলিলৈ উজাইছো

মই তোৰ পদুলিলৈ উজাইছো

নিলিমা খাতুন একাকাৰ কৰি আহাৰ-শাওঁন দুচকৰ বৰষুণত তিতিছে বুকুৰ পথাৰত নমাই দুখৰ কজলা আকাশ মই তোৰ পদুলিলৈ উজাইছো   জিলমিল জোনাকৰ ভালপোৱা গীতৰ বুকুত ঠিকনা হেৰুৱাই তই নিবিচাৰিবি ঠিকনা আনৰ এতিয়াযে তোৰ কপাঁহী দেহত ফিৰিঙতিৰ উছৱ   এদিন গছকিলো তোৰ ওঠৰ পদুলি দুপৰীয়াটোৰ স’তে নিৰ্জণতা কুৰুকি –কুৰুকি বুকুৰ পদুলিত আদৰণি […]

সম্পূৰ্ণকৈ পঢ়ক ›

বন্ধন

বন্ধন

ঘন বৰুৱা একেৰাহে বহুত সময় ধৰি গুৰুত্বপূৰ্ণ ফাইল এটাৰ ওপৰত চকু ফুৰাই থাকি অৱশ লগাৰ কাৰণে সমুখৰ খোলা খিৰিকীখনৰেদি এনেয়ে এবাৰ বাহিৰলৈ চাই পঠিয়ালে কৰুণা মজুমদাৰে। মূৰৰ পিছফালে হাত দুখন মুঠি মাৰি ধৰি বহিয়েই এঙামুৰি এটা দি শৰীৰৰ জঠৰতা আঁতৰাবলৈ চেষ্টা কৰিলে। ডিঙিটো বাওঁপিনে সোঁপিনে দুই তিনিবাৰ মান ঘূৰাই কট্ […]

সম্পূৰ্ণকৈ পঢ়ক ›

আপুনি জানেনে? -১

নিমাতী ক‍ইনা নাটৰ এটি দৃশ্য, উত্‍স অসমীয়া ৱিকিপিডিয়া, আলোকচিত্ৰ শিল্পী: দ্বিজেন মহন্ত

(এই শিতানৰ বাবে লোৱা তথ্যসমূহ অসমীয়া ৱিকিপিডিয়াৰ একে নামৰ শিতানৰ পৰা লোৱা হৈছে, আপুনি জানেনে যে অসমীয়া ৱিকিপিডিয়া অসমীয় ভাষাত উপলব্ধ একমাত্ৰ গণবিশ্বকোষ আৰু ইয়াক আপুনি ম‍ই সকলোৱে পঢ়াৰ লগতে সম্পাদনা কৰিবও পাৰোঁ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অৱদান আগবঢ়াবলৈ ইয়াত ক্লিক কৰক) আপুনি জানেনে যে, বিষ্ণুপ্ৰসাদ ৰাভা প্ৰথম অসমীয়া কথাছবি জয়মতীৰ সহযোগী নৃত্য […]

সম্পূৰ্ণকৈ পঢ়ক ›

স’ৰা গুৰি বাকৰি (১)

স’ৰা গুৰি বাকৰি (১)

নিয়ৰ ৰে ’ প্ৰকৃতিয়ে নিজৰ বৰণ সলাই ন’ কুঁহিপাত মেলিছে । চাৰিওফালে মাত্ৰ এক বুজাব নোৱাৰা শিহঁৰন । প্ৰকৃতি যেনেদৰে পৰিবৰ্তন  হৈছে মানুহৰ সকলোৰে মনবোৰ বসন্ত বসন্ত ভাৱ । প্ৰত্যেকজন ব্যক্তিৰ বুকুত ন’ কুঁহি মেলিছে । গাঁওখনৰ ডেকা –গাভৰু মনবোৰ হাজাৰ সপোনৰ ৰংঘৰ সাজিছে । অজানিতে ওঁঠৰ ওপৰত বিৰিঙি পৰিছে […]

সম্পূৰ্ণকৈ পঢ়ক ›

বুকুত এটুকুৰা ঘাঁ

বুকুত এটুকুৰা ঘাঁ

সৰুলৰা ফুকুন    মোৰ বুকুত এটুকুৰা ঘাঁ ৰুলো মাধৈ মালতী গজিল কচু কোৱাভাতুৰী শাওনৰ খেছ দিয়া মাটি দৰাত মানিকী মাধুৰী হাঁহি কাঢ়ি নিলে পিছলাৰ পলসুৱা বানে । পৰযুমা চৰাইজাক উৰি উৰি দিক ভ্ৰান্ত হ’ল। বানে প্ৰাণ কাঢ়ি নিয়া লঠঙা বৃক্ষই নিমন্ত্ৰন নকৰিলে এনেকৈয়ে ঠিক এনেকৈয়ে হেৰাই গ’ল বসন্তৰ পখিলা হেৰাই […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 10:20 pmকবিতা

গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন

গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন

মিনাক্ষী নাথ পেগু ৰদালি বিউটি ক্লিনিক   গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে  ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল’ব লাগে । গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে । চাব যাতে চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ নাথাকে । প্ৰয়োজন অনুসাৰে […]

সম্পূৰ্ণকৈ পঢ়ক ›