স’ৰাগুৰি বাকৰি (২)
নিয়ৰ ৰে ’ (যোৱা সংখ্যাৰ পিছৰ পৰা ) অবশেষত সেই দিনটো আহিল। চোতালৰ আগফালে তামোল কেইজোপাত থকা কপৌ কেইজোপা সুন্দৰকৈ ফুলি উঠিছে। মনটো বুজাব নোৱাৰা আনন্দৰ ভাব। সকলো মানুহৰ এনে হয় চাগে বসন্তৰ বতৰত। কাইলৈ গৰু বিহু। গৰু গা ধুৱাবলৈ প্ৰায় সকলো হ’ল মাত্ৰ বাৰীৰ পৰা থেকেৰাকেইটা আনিবলৈ আছে। কামৰ মাজতে আয়ে […]
সম্পূৰ্ণকৈ পঢ়ক ›
মন্তব্য সমূহ