মন যায় সেই লৰাজনক…..
দিপাঞ্জলী বৰা মন যায় সেই লৰাজনক ভাল পাবলৈ, মন যায় হিয়া উজাৰি হৃদয়ৰ সকলো কথা কবলৈ । দেখা পাওঁ কেতিয়াবা তেওঁক সেই নিজান নদীৰ পাৰত, সুৰুঙা আলি বাটৰ সেই আহত জোপাৰ তলত । তেওঁক লগ ধৰি সুধিবৰ মন যায়, কিয় বাৰু নিসংগ ভাৱে হতাশাৰে দিন কটাইছে ? কিন্তু…………………………. ভাবোতেই সকলো […]
সম্পূৰ্ণকৈ পঢ়ক ›
মন্তব্য সমূহ