১৬শ দৃশ্য

সূচী

পথ

(গীত গাই বৰাগীৰ প্ৰবেশ)

– গীত –

সৃষ্টি ! সৃষ্টি ! সৃষ্টি !

ছায়াৰ আকৃতি তাৰ

মায়া প্ৰকৃতি ।

   শুনি তাতে নিৰন্তৰ,

   আৱাহনী অনন্তৰ,

   মৰণ পথেদি কৰে

    জীৱনে গতি ।

   ইয়ে নিয়তি , ইয়ে নিয়তি ।

(প্ৰস্থান)

      -পট-

১৫শ দৃশ্য

১৭শ দৃশ্য