শকুনিৰ প্ৰতিশোধ

গণেশ গগৈ

অভিজ্ঞানমৰ পুৰণি সাহিত্যৰ ইউনিক’ড ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত আগবঢ়োৱা হৈছে পাপৰি কবি গণেশ গগৈৰ জনপ্ৰিয় নাটক শকুনিৰ প্ৰতিশোধ। অভিজ্ঞানমৰ এই প্ৰকল্পৰ অধীনত ইউনিক’ড কৰণ সকলো সাহিত্য অভিজ্ঞানমত প্ৰকাশ হোৱাৰ পাছতেই অসমীয়া ৱিকিউত্‍সলৈ   দান কৰা হ’ব।

Arjuna_and_His_Charioteer_Krishna_Confront_Karna

মহাভাৰতৰ যুদ্ধ, ছবিৰ উত্‍স ৱিকিমিডিয়া কমঞ্চ

সূচী

চৰিত্ৰাৱলী

১ম অঙ্ক

১ম দৃশ্য– শকুনি, বৰাগী, শল্য।

২য় দৃশ্য– দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম ।

৩য় দৃশ্য– কৰ্ণ,পদ্মা।

৪ৰ্থ দৃশ্য– দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ ।

৫ম দৃশ্য– বৰাগী।

৬ষ্ঠ দৃশ্য– ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন, ।

২য় অঙ্ক

৭ম দৃশ্য– যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ।

৮ম দৃশ্য– কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি।

৯ম দৃশ্য– ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ।

১০ম দৃশ্য– দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ ।

১১শ দৃশ্য– শকুনি, দুঃশাসন, ভীম।

১২শ দৃশ্য– ভীম, দ্ৰৌপদী।

১৩শ দৃশ্য– কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ।

৩য় অঙ্ক

১৪শ দৃশ্য– ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী।

১৫শ দৃশ্য– শ্ৰীকৃষ্ণ,শকুনি।

১৬শ দৃশ্য– বৰাগী।

১৭শ দৃশ্য– শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ।

১ম দৃশ্য