আপুনি জানেনে নিয়মীয়া

August 28, 2013 at 5:42 pm

আপুনি জানেনে- ২

(এই শিতানৰ বাবে লোৱা তথ্যসমূহ অসমীয়া ৱিকিপিডিয়াৰ একে নামৰ শিতানৰ পৰা লোৱা হৈছে, আপুনি জানেনে যে অসমীয়া ৱিকিপিডিয়া অসমীয় ভাষাত উপলব্ধ একমাত্ৰ গণবিশ্বকোষ আৰু ইয়াক আপুনি ম‍ই সকলোৱে পঢ়াৰ লগতে সম্পাদনা কৰিবও পাৰোঁ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অৱদান আগবঢ়াবলৈ ইয়াত ক্লিক কৰক)

আপুনি জানেনে যে,
Olinguito_ZooKeys_324,_solo
  • …যে অ’লিংগুইট’ হৈছে প্ৰাণীকুলৰ নৱতম সদস্য, ২০১৩ চনৰ ১৫ আগষ্টত এই স্তন্যপায়ী প্ৰাণীবিধ আৱিষ্কাৰ কৰা হয়?
  • …যে উত্তৰ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম মহাবিদ্যালয়?
  • …যে ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান জ্ঞানপীঠ বঁটা, দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টে প্ৰদান কৰে?

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*