কবিতা

July 28, 2013 at 5:28 am

হেৰুৱা ফুলৰ সুৱাস

যামিনী দত্ত

 

Rose

এপাহ গোলাপ  আৰু  তাৰ সুৱাস

যদি প্ৰস্ফুতিত হৈ এনিশাৰ বাবে

মৰহি যায় চিৰদিনৰ বাবে

তেন্তে,সেই গোলাপৰ অস্তিত্ব ক’ত ?

হয়তো তুমি নুবুজা কাৰণ

তুমি ফুলৰ মৌ চুহা এটা ভোমোৰা।

 

মৰহা ফুলৰ সুৱাস  কোনে ল,ব

মৰহা ফুলক কোনে সজীৱ কৰিব

এটি ভোমোৰাই—–

নাজানো, মাথো অনুভৱ কৰো

সেই গোলাপৰ অস্তিত্ব আৰু  নাই….

হেৰায় গ’ল নিমিষতে এনিশাৰ বুকুত।

মন্তব্য

comments

One Comment

  1. অতি সুন্দৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

*