কবিতা

July 28, 2013 at 5:23 am

অনুৰাগ

ৰিকিমনি বৰা

 

Lonely Night

তমসাচন্ন নিশাবোৰ………….

উমাল শেতেলিত অনুৰাগৰ

আৱেগ অনুভূতিৰে

জীপাল আশাবোৰ,

বিচ্ছৃংখল  শব্দৰ টুকুৰা

কবিতাৰ পৃষ্ঠাত।

জোনাক নাই , নিশা গভীৰ

আশা আৰু কল্পনাৰ

ঠিকনাত মই,

মোৰ যাত্ৰা

শূন্যতাৰ পিয়লালৈ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*