স্বাস্থ্য আৰু সৌন্দৰ্য

গুৱাপাণ আৰু দাঁত

গুৱাপাণ আৰু দাঁত

ডা.দিব্যজ্যোতি পাঠক, ডেন্ট-অল, নাৰায়নপুৰ অত্যন্ত দাঁতৰ পীড়াত ভুগি থকা এজন ৰোগীৰ মুখমণ্ডল যে কিমান অসুস্থ সেয়া সহজে অনুধাৱণ কৰিব পাৰি । এনে ভুক্তভোগীয়ে দাঁতৰ পীড়া সহিব নোৱাৰি শীঘ্ৰে নিৰ্মূলৰ অৰ্থে সততে উপলব্ধ ঘৰুৱা উপায় অৱলম্বন কৰিব খোজে । এনে উপায় সমূহৰ প্ৰায় সংখ্যকেই পীড়া নিৰ্মূলকৰণত সফল হোৱা দেখা নাযায় । এনে এক […]

সম্পূৰ্ণকৈ পঢ়ক ›

ৰ’দে পোৰাৰ যতন

ৰ’দে পোৰাৰ যতন

মিনাক্ষী নাথ পেগু এই উৎকট গৰমত বহুতৰে গাৰ আৰু মুখৰ ছাল পুৰি মটীয়া হৈ পৰে । বহুতৰে হয়তো চুলি সৰিছে কোচাই কোচাই ! অলপমান সচেতন হ’লেই ল’লেই আমি এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো। ৰ’দে পোৰাৰ পৰা বাচি থাকিবলৈ হ’লে বাহিৰলৈ ওলোৱাৰ আগত মুখ, হাত, ভৰি যিমান পাৰি ঢাকি […]

সম্পূৰ্ণকৈ পঢ়ক ›

দন্তক্ষয়

দন্তক্ষয়

ডo দিব্যজ্যোতি পাঠক দন্তক্ষয় বা ইংৰাজীত Dental Caries এবিধ বীজাণুকৃত ৰোগ।এই  ৰোগত দাঁতত থকা খনিজাত (Inorganic) দ্ৰৱ্যৰ গঠনবোৰ ভাঙি যায় আৰু জৈৱিক(organic) দ্ৰব্যৰ নাশ হয়।আমাৰ সমাজত ইয়াক দাঁত পোকে খোৱা ৰোগ নামে  জনাজাত। মানুহৰ দাঁত তিনি ধৰণৰ কঠিন কোষেৰে গঠিত। এনামেল (Enamel), ডেন্টিন (Dentin) আৰু চিমেন্টাম (Cementum)।এই কঠিন কোষৰ আৱৰণৰ ভিতৰত […]

সম্পূৰ্ণকৈ পঢ়ক ›

গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন

গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন

মিনাক্ষী নাথ পেগু ৰদালি বিউটি ক্লিনিক   গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে  ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল’ব লাগে । গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে । চাব যাতে চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ নাথাকে । প্ৰয়োজন অনুসাৰে […]

সম্পূৰ্ণকৈ পঢ়ক ›

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

ডা০ দিব্যজ্যোতি পাঠক দৈনিক ৰোগী নাইবা তেওঁলোকৰ লগত অহা লোকৰ সৈতে ভাব বিনিময় কৰোতে কিছুমান দাঁত সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাৰ বিষয়ে জনা হৈছো । এনে ধৰণৰ ধাৰণা আমাৰ সমাজৰ প্ৰতি অন্তৰায় স্বৰূপ । ধানটোৰ প্ৰতি কনটোৰ দৰে সকলো মানুহৰ মনটো বিশ্লেষণ কৰি চোৱাতো সম্ভৱ নহয়!তথাপি সম্যক জ্ঞানেৰে ঢুকি পোৱা এমুঠি দাঁত […]

সম্পূৰ্ণকৈ পঢ়ক ›