নৱেম্বৰ ২০১৩: প্ৰবন্ধ

আহোম যুগৰ কেইটামান নাৰী চৰিত্ৰ

আহোম যুগৰ কেইটামান নাৰী চৰিত্ৰ

সৰুল’ৰা ফুকন  সৃষ্টিৰ মূলতে নাৰী-ধ্বংশৰ মূলতে নাৰী আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালত ৰাজনৈতিক কাঠামো সুন্দৰ সুঠাম কৰি ৰখাৰ ক্ষেত্ৰত অকলযে ৰাজন্যবৰ্গৰে দৃঢ়তা আৰু প্ৰচেষ্টা আছিল সেয়া নহয় , আহোম ৰমনী সকলৰো দৃঢ়তা একাগ্ৰতা আৰু প্ৰচেষ্টায়ো ৰাজ্যৰ ভেটি সুদৃঢ় কৰি ৰখাত যথেষ্ট অৰিহনা আগবঢ়াইছিল। পুৰুষে শত্ৰুৰ হাতৰ পৰা দেশৰক্ষা কৰিবলৈ যিদৰে […]

সম্পূৰ্ণকৈ পঢ়ক ›

যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত বিষাদ আৰু প্ৰেম

যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত বিষাদ আৰু প্ৰেম

খালিদা জামান, জ্ঞানদীপ কণিষ্ঠ মহাবিদ্যালয় ধিং, নগাঁও সকলো দেশৰ সকলো কালৰে সাহিত্য প্ৰেম এটা প্ৰধান বিষয় । সাহিত্যই মানৱ প্ৰাণৰ সকলোধৰণৰ অনুভূতিক প্ৰকাশ বহন কৰে । তাৰে ভিতৰত প্ৰেমো অন্যতম আৰু প্ৰেমৰ পৰাই বিষাদৰ জন্ম । কোৱা হয় প্ৰেম আৰু বিষাদ এটা মূদ্ৰা, দুটা পিঠি । অসমীয়া কবিতাত নানা ৰূপে,নানা ভাৱে […]

সম্পূৰ্ণকৈ পঢ়ক ›

নেপালী লোক সংস্কৃতি

নেপালী লোক সংস্কৃতি

শ্ৰী অনুজ উপাধ্যায় আৰু শ্ৰী নাৰায়ণ ভৰালী  হিন্দু ধৰ্মালম্বীৰ লোক নেপালী জনগোষ্ঠীৰ উৎসৱ-পাৰ্ৱন ধাৰ্মিক আধাৰত বহুত আৰু সামাজিক আধাৰত কম আছে । নৱবৰ্ষ,মাঘে-সংক্ৰান্তি,জেঠত বুদ্ধ পুৰ্ণিমা,আহাৰত আষাড়ে গন্দ্ৰ,তুলসী ৰোৱা দিন,শাওনত শাওনে সংক্ৰান্তি,শাওন মাহৰ সোমবাৰে শিৱ পুজা,নাগপঞ্চমী,ভাদ মাহৰ জনাই(লগুণ)পূৰ্ণিমা আৰু তীজ,আহিন মাহত নউৰথা আৰু দশৈ, কাতি মাহত লক্ষ্মীপূজা,পাঁছতিহাৰ,ভাইটিকা,পুহ মাহত সূৰ্য্য ব্ৰত মাঘত […]

সম্পূৰ্ণকৈ পঢ়ক ›