সম্পাদকীয়

অথঃ কেন্দ্ৰীয় সংবাদ (সম্পাদকীয়)

অথঃ কেন্দ্ৰীয় সংবাদ (সম্পাদকীয়)

কেন্দ্ৰ । চন্দ্ৰকান্ত অভিধানৰ মতে ইয়াৰ অৰ্থ হ’ল- ঘূৰণীয়া বস্তুৰ ঠিক মাজ ঠাই । The Centre of a round thing. অঞ্চলৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চলৰ মাজ খণ্ডক কেন্দ্ৰ বুলি ধৰা হয় । কেন্দ্ৰক ৰূপ সলনি কৰি কেন্দ্ৰীয় কৰা হৈছে । যেনে- কেন্দ্ৰীয় ৰঙালী বিহু, কেন্দ্ৰীয় ৰাস উৎসৱ, কেন্দ্ৰীয় শৰতৰ এসন্ধ্যা […]

সম্পূৰ্ণকৈ পঢ়ক ›

আটকীয়া শব্দ (সম্পাদকীয়)

আটকীয়া শব্দ (সম্পাদকীয়)

পংকজ ফুকন ভাষাৰ বিকাশ আৰু বিৱৰ্ত্তনৰ ফলত ইয়াৰ ৰূপ আৰু অৰ্থৰ  বিপুল পৰিবৰ্ত্তন , পৰিবৰ্দ্ধন হোৱা দেখা যায়। কিছু কিছু শব্দ এলাগী হয়। কিছু কিছুৱে বুকুত হেপাহৰ ৰঙীণ ৰুমাল বান্ধি গছে গছে বৰণীয়া হয়। কেতিয়াবা এনে হয় কোনো কোনো শব্দ নতুন প্ৰজন্মই চিনাকিয়েই নহয়গৈ। প্ৰসঙ্গক্ৰমে তাৰে কেইটামানৰ নমুনা ডাঙি ধৰিবলৈ […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsAugust 28, 2013 at 5:45 pmসম্পাদকীয়

সম্পাদকীয় (জুলাই ২০১৩)

সম্পাদকীয় (জুলাই ২০১৩)

পংকজ ফুকন মকৰাৰ মুখৰ পৰা ওলোৱা বিশেষ আঠা জাতীয় এবিধ সুতাৰ দ্বাৰা প্ৰস্তত কৰি উলিওৱা এটা ঘৰ যাক কোৱা হয় জাল(WEB)।প্ৰতিডাল সূতাৰে ইডালৰ লগত সিডালৰ থাকে এক সু আৰু দৃঢ় সম্পক। বৰ্ত্তমান পৃথিবীখনো হৈ পৰিছে এখন জাল।খবৰৰ জাল।খবৰ-সংবাদ-জানিবৰ বাবে থকা জিজ্ঞাসা মানুহৰ আদিম প্ৰবৃত্তি।ঘৰতে বহি মানুহে জানিব বিচাৰে আমেৰিকাৰ সদনত […]

সম্পূৰ্ণকৈ পঢ়ক ›
0 commentsJuly 28, 2013 at 6:16 amসম্পাদকীয়