কবিতা

মন যায় সেই লৰাজনক…..

মন যায় সেই লৰাজনক…..

দিপাঞ্জলী বৰা মন যায় সেই লৰাজনক ভাল পাবলৈ, মন যায় হিয়া উজাৰি হৃদয়ৰ সকলো কথা কবলৈ । দেখা পাওঁ কেতিয়াবা তেওঁক সেই নিজান নদীৰ পাৰত, সুৰুঙা আলি বাটৰ সেই আহত জোপাৰ তলত । তেওঁক লগ ধৰি সুধিবৰ মন যায়, কিয় বাৰু নিসংগ ভাৱে হতাশাৰে দিন কটাইছে ? কিন্তু…………………………. ভাবোতেই সকলো […]

সম্পূৰ্ণকৈ পঢ়ক ›

অপৰাহ্নঃ এটি আবেদন

অপৰাহ্নঃ এটি আবেদন

নিভাৰানী চেতিয়া ফুকন এটা বিধস্ত আবেলিত দুৱাৰত টুকুৰিয়াই তেওঁ সুধিছিল ভিতৰত আছেনে ??? ভিতৰৰ পৰা উত্তৰ দিলে এটা নগ্ন হুমুনিয়াহে আছো আছো , সোমাই আহা, খোলা আছে সকলো দুৱাৰ নালাগে সুধিব, নালাগে খুলিব মোৰ আভৰণ কাঢ়ি আজুৰি শগুনৰ দৰে খুটি খুটি খাই পেলোৱা মোৰ সমস্ত সত্বা মোৰ নগ্ন বুকুত তোমাৰ […]

সম্পূৰ্ণকৈ পঢ়ক ›

মোৰ চকুৰ হালধীয়াখিনি

মোৰ চকুৰ হালধীয়াখিনি

প্ৰবীন কাশ্যপ “পলসত সজা শইচৰ দৰেই লহপহ্কৈ বাঢ়ি আহিল মেঘ মূহুৰ্ত্বতে গিলি পেলালে সমষ্ট হালধীয়াখিনি।” (ক) মেঘৰ কথা ভাবিলেই মই উভতি যাওঁ অতীতলৈ। তাহানি মেঘ মোৰ আশৈশৱ লগৰী আছিল দৰা কইনা খেলাৰ, মেঘ দৰা, মই কইনা। পিছলৈ ইজনে সিজনক দেখিলেই লা … জ কৰা হ’লো। (খ) সাজ লাগিলেই হাতে হাতে […]

সম্পূৰ্ণকৈ পঢ়ক ›

আপং

আপং

সত্যজ্যোতি কুম্বাং তই আকৃতিবিহীন ৰাংঢালী প্ৰেয়সী হৈ চাংঘৰত সিঁচি দিয় আনন্দৰ বীজ বৰণ তোৰ কলা কিম্বা বগা ধানখেৰৰ ছাইৰ সতে ৰন্ধা চাউল অঃপৱ মিহলাই দিলেই যৌৱনা ৰমণী হৈ;  কলীয়া কলহত আৱদ্ধহৈ ৰাঃ পতী ছালত উঠি বহি থাক পুঠ হোৱাৰ দিন গণি ওৰেদিন পথাৰত শ্ৰম কৰি ভাৰৰুৱা দেহলৈ যেতিয়া ঘৰলৈ ওভতো […]

সম্পূৰ্ণকৈ পঢ়ক ›

প্ৰত্যাশা

প্ৰত্যাশা

আনন্দ চন্দ্ৰ বৰুৱা পুণ্ডৰীকাক্ষ দুচকু তোমাৰ পূস্পোদ্যান তোমালৈ বনাম প্ৰত্যাশা থাকিলে তোমাৰ প্ৰত্যুক্তি দিবানে মোক প্ৰভা কোৱানা মোক প্ৰযন্ত কৰিছো  মই প্ৰলোভ তোমালৈ মোৰ প্ৰস্ফুটিত গোলাপ তুমি প্ৰাতঃ স্মৰণ কৰি প্ৰাপ্তি লভিম নে মই কাল আউসীৰ আন্ধাৰ ৰাত্ৰিৰ ভয় ভয় লগা সময়বোৰ নাযায় নুপুৱাই ….। (প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱা পেচাত […]

সম্পূৰ্ণকৈ পঢ়ক ›

মই তোৰ পদুলিলৈ উজাইছো

মই তোৰ পদুলিলৈ উজাইছো

নিলিমা খাতুন একাকাৰ কৰি আহাৰ-শাওঁন দুচকৰ বৰষুণত তিতিছে বুকুৰ পথাৰত নমাই দুখৰ কজলা আকাশ মই তোৰ পদুলিলৈ উজাইছো   জিলমিল জোনাকৰ ভালপোৱা গীতৰ বুকুত ঠিকনা হেৰুৱাই তই নিবিচাৰিবি ঠিকনা আনৰ এতিয়াযে তোৰ কপাঁহী দেহত ফিৰিঙতিৰ উছৱ   এদিন গছকিলো তোৰ ওঠৰ পদুলি দুপৰীয়াটোৰ স’তে নিৰ্জণতা কুৰুকি –কুৰুকি বুকুৰ পদুলিত আদৰণি […]

সম্পূৰ্ণকৈ পঢ়ক ›