অথঃ কেন্দ্ৰীয় সংবাদ (সম্পাদকীয়)
কেন্দ্ৰ । চন্দ্ৰকান্ত অভিধানৰ মতে ইয়াৰ অৰ্থ হ’ল- ঘূৰণীয়া বস্তুৰ ঠিক মাজ ঠাই । The Centre of a round thing. অঞ্চলৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চলৰ মাজ খণ্ডক কেন্দ্ৰ বুলি ধৰা হয় । কেন্দ্ৰক ৰূপ সলনি কৰি কেন্দ্ৰীয় কৰা হৈছে । যেনে- কেন্দ্ৰীয় ৰঙালী বিহু, কেন্দ্ৰীয় ৰাস উৎসৱ, কেন্দ্ৰীয় শৰতৰ এসন্ধ্যা […]
সম্পূৰ্ণকৈ পঢ়ক ›
মন্তব্য সমূহ